তিনিচুকীয়া
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো তিনিচুকীয়া জিলাৰ মুখ্য নগৰ আৰু পৌৰসভা অঞ্চলৰ বিষয়ে। একে নামৰ জিলাখনৰ বাবে তিনিচুকীয়া জিলা চাওক।
তিনিচুকীয়া (ইংৰাজী: Tinisukia) অসমৰ এখন মুখ্য নগৰ আৰু পৌৰসভা অঞ্চল। ই অসমৰ এক মুখ্য উদ্যোগিক নগৰ। তিনিচুকীয়া জিলাৰ সদৰ। চহৰখনৰ পুৰণি নাম বেংমৰা যি মটক ৰাজ্যৰ ৰাজধানী আছিল। তিনিচুকীয়া নামৰ উৎপত্তি চহৰখনৰ পশ্চিমত থকা তিনিকোণীয়া নামৰ তিনিটা চুক থকা পুখুৰী এটাৰ পৰা হৈছে। ১৮৮৪ চনত ডিব্ৰু-শদিয়া ৰেলপথ প্ৰতিষ্ঠাৰ পাছত চহৰখনৰ প্ৰভুত আৰ্থ-সামাজিক পৰিবৰ্ত্তন হ'বলৈ লয়।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
এই প্ৰবন্ধটোৰ অংশবিশেষ বা সম্পূৰ্ণ প্ৰবন্ধটোৱেই অসমীয়াত লিখা হোৱা নাই অথবা ইংৰাজী ৱিকিপিডিয়াৰ অনুৰূপ প্ৰবন্ধৰ পৰা অনুবাদ কৰি অধিক উন্নীত কৰাৰ থল থাকিব পাৰে। তেনেক্ষেত্ৰত ইংৰাজী ৱিকিপিডিয়াৰ অনুৰূপ প্ৰবন্ধৰ পৰা অনুবাদ কৰিও বিস্তাৰ কৰিব পৰা যায়। (November 2019)
সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
|
ক্ষিপ্ৰ তথ্য তিনিচুকীয়া, দেশ ...
তিনিচুকীয়া | |
---|---|
— চহৰ — | |
Tinkunia pukhri.jpg |
|
ভৌগোলিক স্থানাংক: 27.500°N 95.367°E / 27.500; 95.367 | |
দেশ | ভাৰত |
ৰাজ্যসমূহ | অসম |
জিলা | তিনিচুকীয়া |
উচ্চতা | ১১৬ মিটাৰ (৩৮০.৫৮ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ১,০৮,১২৩ জন |
ভাষাসমূহ | |
- আধিকাৰিক | অসমীয়া |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০) |
পিন | ৭৮৬১২৫ |
দূৰভাষ কোড | 91-374 |
যানবাহনৰ নম্বৰ | AS - 23 |
ৱেবছাইট | www |
বন্ধ কৰক