বাংলাদেশৰ নদী From Wikipedia, the free encyclopedia
ঢলাই নদী (ইংৰাজী: Dhalai River) হৈছে ভাৰত আৰু বাংলাদেশৰ সীমান্তত অৱস্থিত নদী। এই নদীখনক ঢলা নদী নামেৰেও জনা যায়। ত্ৰিপুৰাৰ পাৰ্বত্য অঞ্চলত ঢলাই নদীৰ উৎপত্তি হৈছে। এই নদীখনে বাংলাদেশৰ মৌলবী বজাৰ জিলাত প্ৰৱেশ কৰিছে। তাৰ পিছত এই নদীখন বাংলাদেশৰ ৰাজনগৰ উপজিলাত মনু নদীৰ লগত মিলি গৈছে।[1][2]