![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/1a/Didier_Queloz%252C_2012_%2528cropped%2529.jpg/640px-Didier_Queloz%252C_2012_%2528cropped%2529.jpg&w=640&q=50)
ডিডিয়াৰ কুয়েলজ
From Wikipedia, the free encyclopedia
ডিডিয়াৰ কুয়েলজ (২৩ ফেব্ৰুৱাৰি, ১৯৬৬) এজন ছুইছ জ্যোতিৰ্বিজ্ঞানী আৰু জেনেভা বিশ্ববিদ্যালয় আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক।[1] আৰু ত্ৰিনিটি কলেজ, কেমব্ৰিজৰ এজন সদস্য।[2] ২০১৯চনত ঘোষিত হোৱা পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটাৰ তেওঁ এক চতুৰ্থাংশ অংশীদাৰিত্ব পায়।[3][4]
ক্ষিপ্ৰ তথ্য ডিডিয়াৰ কুয়েলজ, জন্ম ...
ডিডিয়াৰ কুয়েলজ | |
---|---|
![]() | |
জন্ম | ২৩ ফেব্ৰুৱাৰী, ১৯৬৬ (৫৮ বছৰ) ছুইজাৰলেণ্ড |
শিক্ষা | জেনেভা বিশ্ববিদ্যালয় (বিজ্ঞানৰ স্নাতকোত্তৰ, ডি.ই.এ., পি এইচ্ছ ডি) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদাৰ্থবিজ্ঞানত উল্ফ বঁটা (২০১৭) পদাৰ্থবিজ্ঞানত ন'বেল বঁটা (২০১৯) |
বন্ধ কৰক