![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/7f/Tirap_in_Arunachal_Pradesh_%2528India%2529.svg/langas-640px-Tirap_in_Arunachal_Pradesh_%2528India%2529.svg.png&w=640&q=50)
টিৰাপ জিলা
From Wikipedia, the free encyclopedia
টিৰাপ জিলা (Tirap district, Pron:/tɪˈɹæp/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত এখন অন্যতম জিলা। এই জিলাৰ সীমান্তত নাগালেণ্ড আৰু অসম ৰাজ্য আৰু ম্যানমাৰ দেশ অৱস্থিত। এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক ন’কটে জনজাতিৰ। তেওঁলোক মূলতঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী।
ক্ষিপ্ৰ তথ্য টিৰাপ জিলা, দেশ ...
টিৰাপ জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
![]() |
|
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
সদৰ | খ'নছা |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পূব |
- বিধানসভা সমষ্টি | ৪টা (নামচাং, পূব খ’নছা, পশ্চিম খ’নছা, বৰডুৰীয়া-বগাপানী) |
মাটিকালি | |
- মুঠ | ২,৩৬২ কি.মি.২ (৯১২ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ১,১১,৯৯৭ জন |
- জনঘনত্ব | ৪৭.৪ প্ৰতি বৰ্গ কি.মি. (১২২.৮ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৫২.২%[1] |
- লিংগ অনুপাত | ৯৩১[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 26.9907°N 95.5028°E / 26.9907; 95.5028 |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক