টমবয়
From Wikipedia, the free encyclopedia
টমবয় (ইংৰাজী: Tomboy) হৈছে এগৰাকী ছোৱালী যি য়ে সাধাৰণতে ল'ৰাৰ বুলি ভৱা বিশেষত্ব বা আচৰণ প্ৰদৰ্শন কৰে। [1][2] এই সাধাৰণ বৈশিষ্ট্যবোৰৰ ভিতৰত আছে পুৰুষসুলভ পোছাক পিন্ধা আৰু শাৰীৰিক প্ৰকৃতিৰ খেল আৰু কাৰ্যকলাপত জড়িত হোৱা আৰু বিভিন্ন সংস্কৃতি য'ত নাৰীৰ উপস্থিতি ৰিক্ত বা ল'ৰাৰ ক্ষেত্ৰ বুলি গণ্য কৰা হয়, তেনে ক্ষেত্ৰ আদিৰে জড়িত হোৱা।[2]