ঝাৰখণ্ড
ভাৰতৰ এখন ৰাজ্য / From Wikipedia, the free encyclopedia
ঝাৰখণ্ড (হিন্দী: झारखंड), (চাঁওতালি: ᱡᱷᱟᱨᱠᱷᱚᱸᱰ) বা পূৰ্বৰ ঝাড়খণ্ড (সহায়·তথ্য) পূৰ্ৱ ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানীৰ নাম ৰাঁচী। ই বিহাৰৰ দক্ষিণাংশৰ পৰা পৃথক হৈ ২০০০ চনৰ ১৫ নভেম্বৰত গঠিত হৈছিল।[3] এই ৰাজ্য নানা খনিজ সম্পদেৰে পূৰ্ণ। ঝাৰখণ্ডৰ পৰ্যটনকেন্দ্ৰবিলাকৰ ভিতৰত বিখ্যাত কেইটামান হ'ল : হলুদপুকুৰ, ৰাজমহল, নেতাৰহাট, হাজাৰীবাগ, মন্দাৰগিৰি ইত্যাদি।
ক্ষিপ্ৰ তথ্য ঝাৰখণ্ডझारखण्डᱡᱷᱟᱨᱠᱷᱚᱸᱰ, দেশ ...
ঝাৰখণ্ড झारखण्ड ᱡᱷᱟᱨᱠᱷᱚᱸᱰ |
|
---|---|
— ভাৰতৰ ৰাজ্য — | |
Clockwise from top left: Dalma Wildlife Sanctuary, Birla Institute of Technology, Panchet Dam at Damodar river, Dassam Falls, Samet Shikharji Jain Mahatirth, Mata Chhinnamasta Devi Temple at Rajrappa, Baidyanath Temple | |
ভাৰতৰ মানচিত্ৰত ঝাৰখণ্ডৰ অৱস্থান | |
ঝাৰখণ্ডৰ মানচিত্ৰ | |
ভৌগোলিক স্থানাংক (ৰাঁচী): 23.35°N 85.33°E / 23.35; 85.33 | |
দেশ | ভাৰত |
অঞ্চল | পূৰ্ব ভাৰত |
প্ৰতিষ্ঠা | ১৫ নৱেম্বৰ ২০০০ |
ৰাজধানী | ৰাঁচী |
চৰকাৰ | |
- ৰাজ্যপাল | দ্ৰৌপদী মুৰ্মু |
- মুখ্যমন্ত্ৰী | হেমন্ত সোৰেন |
- বিধানসভা | এককক্ষীয় (৮১ আসন) |
- লোকসভা কেন্দ্ৰ | ১৪ |
- হাইকোৰ্ট | ঝাৰখণ্ড হাইকোৰ্ট |
মাটিকালি | |
- মুঠ | ৭৯,৭১৪ কি.মি.২ (৩০,৭৭৭.৭ বৰ্গ মাইল) |
অঞ্চলৰ স্থানাংক | ১৫শ |
জনসংখ্যা (২০১১) | |
- মুঠ | ৩,২৯,৮৮,১৩৪ জন |
- স্থান | ১৩শতম |
- জনঘনত্ব | ৪১৪ প্ৰতি বৰ্গ কি.মি. (এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৪" প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভা,প্ৰ,স (গ্ৰী.মা.স.+০৫:৩০) |
আই এচ অ’ ৩১৬৬ কোড | IN-JH |
মানৱ উন্নয়ন সূচক | ০.৫১৩ (medium) |
মানৱ উন্নয়ন সূচক অনুসৰি স্থান | ২৪শ (২০০৫) |
সাক্ষৰতা | ৬৭.৬% (২৫শ) |
চৰকাৰী ভাষা[1] | হিন্দী, ইংৰাজী[2] (দ্বিতীয় ভাষা হিসেবে) |
ৱেবছাইট | http://www.jharkhand.gov.in/ |
বন্ধ কৰক
ঝাৰখণ্ডৰ মাটিকালি ৭৯,৭১৪ বৰ্গ কিঃমিঃ। ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা হ'ল ৩২৯৮৮১৩৪ জন। সাক্ষৰতাৰ হাৰ ৬৭.৬%। ঝাৰখণ্ডৰ চৰকাৰী ভাষা : হিন্দী আৰু চাঁওতালি ভাষা।