জেলেপী
দক্ষিণ এছিয়া, পশ্চিম এছিয়া, উত্তৰ আফ্ৰিকা আৰু পূব আফ্ৰিকাৰ দেশসমূহত জনপ্ৰিয় মিঠাই / From Wikipedia, the free encyclopedia
জেলেপী বা স্থানভেদে জিলাপী বা জেলেবি এবিধ মিঠা খাদ্য৷ এটা ফাৰ্চী শব্দ “জলব’’ৰ পৰা জেলেপী নামটোৰ সৃষ্টি হৈছে৷ ’জলব’ শব্দৰ অৰ্থ ঘূৰণীয়াকৈ পাক খাই যোৱা[1] ভাৰতত বিশেষকৈ পূজা বা আন উৎসৱ পাৰ্বনত জেলেপীৰ প্ৰচলন হোৱা দেখা যায়৷ ই বৰ্তমান আমাৰ সমাজত এক পৰম্পৰাগত মিঠাই হিচাপে পৰিগণিত হৈ পৰিছে৷
ক্ষিপ্ৰ তথ্য অন্য নাম, প্ৰকাৰ ...
বন্ধ কৰক