জেমছ কুক
From Wikipedia, the free encyclopedia
কেপ্টেইন জেমছ কুক এজন ব্ৰিটিছ অভিযানকাৰী, নাৱিক, নক্সাকাৰ তথা ৰাজকীয় নৌ বাহিনী অধিনায়ক আছিল। কুকে প্ৰশান্ত মহাসাগৰ ভ্ৰমণ কৰাৰ আগতে নিঊ ফাউণ্ডলেণ্ডৰ নিখুঁত নক্সা আঁকি ওলিয়াইছিল। অষ্ট্ৰেলিয়াৰ পূৱ পাৰ আৰু হাৱায় দ্বীপ ভ্ৰমণ কৰা তেওঁ প্ৰথম ইউৰোপীয় আৰু নিউজীলেণ্ডৰ সমগ্ৰ ভুমিখণ্ডৰ কাষেদি ভ্ৰমণৰ সাক্ষী বহন কৰাও প্ৰথমজন লোক।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য কেপ্টেইন জেমছ কুক, জন্ম ...
কেপ্টেইন জেমছ কুক | |
---|---|
জন্ম | ৭ নৱেম্বৰ (কিছুমান সূত্ৰ মতে ২৭ অক্টোবৰ), ১৭২৮ মাৰ্টন (বৰ্তমানৰ মিডলব'ৰ'), য়ৰ্কশ্বায়াৰ, ইংলেণ্ড |
মৃত্যু | ১৪ ফেব্ৰুৱাৰী, ১৭৭৯ (৫০ বছৰ) কিলাকেকোৱা বে, হাৱায়, আমেৰিকা যুক্তৰাষ্ট্ৰ |
স্বাক্ষৰ | |
বন্ধ কৰক