From Wikipedia, the free encyclopedia
জেন অষ্টিন (ইংৰাজী: Jane Austen) হৈছে এগৰাকী ইংৰাজ ঔপন্যাসিক। যি মুখ্যতঃ ছয়খন উপন্যাসৰ বাবে জনাজাত, যিয়ে অষ্টাদশ শতিকাৰ শেষত ব্ৰিটিছ লেণ্ডেড গ্ৰেণ্ট্ৰিৰ বাখ্যা, সমালোচনা আৰু এই বিষয়ে মন্তব্য কৰে।
জেন অষ্টিন | |
---|---|
জন্ম | ১৬ ডিচেম্বৰ, ১৭৭৫ ষ্টিভেনটন ৰেক্টৰী, হেম্পশ্বায়াৰ, ইংলেণ্ড |
মৃত্যু | ১৮ জুলাই, ১৮১৭ (৪১ বছৰ) ৱিনচেষ্টাৰ], হেম্পশ্বায়াৰ, ইংলেণ্ড |
সমাধিস্থল | ৱিনচেষ্টাৰ কেথেড্ৰেল, হেম্পশ্বায়াৰ, ইংলেণ্ড |
শিক্ষা | ৰিডিং এবি গাৰ্লছ স্কুল |
সময় | ১৭৮৭-১৮১৭ |
স্বাক্ষৰ |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.