![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/7a/Jean-Pierre_Sauvage.jpg/640px-Jean-Pierre_Sauvage.jpg&w=640&q=50)
জিন-পিয়েৰী চাওভেজ
From Wikipedia, the free encyclopedia
জিন-পিয়েৰী চাওভেজ (Jean-Pierre Sauvage) (জন্ম: ২১ অক্টোবৰ, ১৯৪৪) এজন ফ্ৰেন্স ক'অৰ্ডিনেচন ৰসায়ন বিজ্ঞানী। তেওঁ ষ্ট্ৰাছবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। তেওঁ এজন অতিআণৱিক ৰসায়ন বিশেষজ্ঞ। তেওঁ ছাৰ জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট আৰু বেৰনাৰ্ড লুকাছ ফেৰীনগাৰ লগত যুটীয়া ভাবে "আণৱিক যন্ত্ৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু সংশ্লেষণ"ৰ কাৰণে ২০১৬ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[1][2]
ক্ষিপ্ৰ তথ্য জিন-পিয়েৰী চাওভেজ, জন্ম ...
জিন-পিয়েৰী চাওভেজ | |
---|---|
![]() Jean-Pierre Sauvage at Nobel press conference in Stockholm, Sweden, December 2016 | |
জন্ম | ২১ অক্টোবৰ, ১৯৪৪ (৭৯ বছৰ) পেৰিচ, ফ্ৰান্স |
জাতীয়তা | ফৰাচী |
ক্ষেত্ৰ | coordination chemistry, supramolecular chemistry |
কৰ্মস্থান | Strasbourg University |
ডক্তৰেল পৰামৰ্শদাতা | Jean-Marie Lehn |
উল্লেখনীয় বঁটা |
|
বন্ধ কৰক
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/0/0a/Catenane_ChemComm_244_1985.png/640px-Catenane_ChemComm_244_1985.png)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/8/8f/Molecular_Knot_RecTravChimPays-Bas_427_1993_commons.png/640px-Molecular_Knot_RecTravChimPays-Bas_427_1993_commons.png)