![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/95/Blue_tailed_bee_eater1.jpg/640px-Blue_tailed_bee_eater1.jpg&w=640&q=50)
জিঞাখাটী
From Wikipedia, the free encyclopedia
জিঞাখাটী (ইংৰাজী: Blue-tailed Bee-eater, বৈজ্ঞানিক নাম-Merops philippinus) 'Meropidae' গোটৰ এবিধ চৰাইৰ প্ৰজাতি৷ ই সাধাৰণতে দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰে বুলি জনা যায়৷ ই প্ৰধানকৈ এবিধ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি৷
ক্ষিপ্ৰ তথ্য জিঞাখাটী (Blue-tailed Bee-eater), সংৰক্ষণ স্থিতি ...
জিঞাখাটী (Blue-tailed Bee-eater) | |
---|---|
![]() | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Coraciiformes |
পৰিয়াল: | Meropidae |
গণ: | Merops |
প্ৰজাতি: | M. philippinus |
বৈজ্ঞানিক নাম | |
Merops philippinus Linnaeus, 1766 |
বন্ধ কৰক