![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/96/Herpestes_edwardsii_at_Hyderaba.jpg/640px-Herpestes_edwardsii_at_Hyderaba.jpg&w=640&q=50)
জাতি নেউল
From Wikipedia, the free encyclopedia
জাতি নেউল (ইংৰাজী: Indian grey mongoose, বৈজ্ঞানিক নাম-Urva edwardsii) নেউলৰ এটা প্ৰজাতি৷ ই প্ৰধানকৈ ভাৰত, পাকিস্তান, নেপাল, শ্ৰীলংকা কে ধৰি এছিয়া মহাদেশৰ অন্যান্য অঞ্চলসমূহত পোৱা যায়৷
ক্ষিপ্ৰ তথ্য জাতি নেউল, সংৰক্ষণ স্থিতি ...
জাতি নেউল | |
---|---|
![]() | |
Adult in the wild (Hyderabad, India) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Carnivora |
পৰিয়াল: | Herpestidae |
উপপৰিয়াল: | Herpestinae |
গণ: | Urva |
প্ৰজাতি: | U. edwardsii |
বৈজ্ঞানিক নাম | |
Urva edwardsii É. Geoffroy Saint-Hilaire, 1818 | |
![]() | |
Indian grey mongoose range |
বন্ধ কৰক