জয়ন্ত নাথ
গায়ক, সংগীত পৰিচালক, ছবি পৰিচালক / From Wikipedia, the free encyclopedia
জয়ন্ত নাথ (ইংৰাজী: Jayanta Nath) অসমৰ এগৰাকী কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ পৰিচালক[1]। বহুতো জনপ্ৰিয় গীতৰ উপৰিও হৃদয় কঁপোৱা গান আৰু কৰমা কে ৰাতি[2] নামৰ দুখন বোলছবিও পৰিচালনা কৰে।[3][4][5][6][7]
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
ক্ষিপ্ৰ তথ্য জয়ন্ত নাথ, প্ৰাথমিক তথ্য ...
জয়ন্ত নাথ | |
---|---|
প্ৰাথমিক তথ্য | |
জন্ম | ২০ মে', ১৯৬৪ গোঁসাইগাঁও, অসম |
সংগীতৰ প্ৰকাৰ | আধুনিক গীত |
পেচা | গায়ক, সংগীত পৰিচালক, গীতিকাৰ, চলচ্চিত্ৰ পৰিচালক |
কাৰ্যকাল | ১৯৮৫ - বৰ্তমানলৈ |
ৰেকৰ্ড লেবেল | টেলিস্ক'প ৰেকৰ্ডছ |
ৱেবছাইট | jayantanath |
বন্ধ কৰক