![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/72/Idol_of_Jayadeba_at_Jayadeba_Pitha%252C_Kendubilwa%252C_Odisha.jpg/640px-Idol_of_Jayadeba_at_Jayadeba_Pitha%252C_Kendubilwa%252C_Odisha.jpg&w=640&q=50)
জয়দেৱ
সংস্কৃত সাহিত্যিক / From Wikipedia, the free encyclopedia
জয়দেৱ দ্বাদশ শতিকাৰ সময়ছোৱাৰ এজন সংস্কৃত কবি। বসন্ত কালত গোপী ৰাধাৰ সৈতে কৃষ্ণৰ প্ৰেমৰ ওপৰত ভিত্তি কৰি লিখা তেওঁৰ মহাকাব্য গীতা গোবিন্দমৰ বাবে তেওঁ সু-পৰিচিত।[1] [2]ৰাধা কৃষ্ণতকৈ মহৎ বুলি মত উপস্থাপন কৰা এই মতাদৰ্শক হিন্দু ধৰ্মৰ ভক্তি আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে গণ্য কৰা হয়।[3][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন]