ছিয়াং জিলা
ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন জিলা / From Wikipedia, the free encyclopedia
ছিয়াং জিলা (Siang District) উত্তৰ পূূূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। এই জিলাখন ২০১৫ চনৰ ২৭ নৱেম্বৰৰ দিনা পশ্চিম ছিয়াং জিলা আৰু পূব ছিয়াং জিলাৰ একাংশকৈ লৈ গঠন কৰা হয়।[1].
ক্ষিপ্ৰ তথ্য ছিয়াং জিলা, দেশ ...
ছিয়াং জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ২৭ নৱেম্বৰ ২০১৫ (2015-11-27) |
সদৰ | পাংগিন |
মহকুমা | ব’লেং, পাংগিন, ৰুমগং, কায়িং |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পশ্চিম, অৰুণাচল পূব |
- বিধানসভা সমষ্টি | ৰুমগং-কায়িং, পাংগিন-ব’লেং |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 28.2056°N 94.9917°E / 28.2056; 94.9917 |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক
এই জিলাখনৰ নাম ব্ৰহ্মপুত্ৰ নদীৰ পৰা আহিছে যাক অৰুণাচল প্ৰদেশত ছিয়াং নামেৰে জনা যায়। জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ।