চৈয়দ নবাব আলি চৌধুৰী
From Wikipedia, the free encyclopedia
চৈয়দ নবাব আলী চৌধুৰী (বঙালী: সৈয়দ নওয়াব আলী চৌধুরী, ২৯ ডিচেম্বৰ ১৮৬৩ – ১৭ এপ্ৰিল ১৯২৯) আছিল পূব বংগৰ (বৰ্তমান বাংলাদেশ) টাংগাইলস্থিত ধনবাৰীৰ নবাব।[1] তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক [2]আছিল। তেওঁ সংযুক্ত বংগৰ প্ৰথম মুছলমান মন্ত্ৰী। তেওঁ শিক্ষা বিভাগৰ দায়িত্ব চম্ভালিছিল। তেওঁৰ নাতি মহম্মদ আলী বগ্ৰা আছিল পাকিস্তানৰ তৃতীয় প্ৰধানমন্ত্ৰী। আনহাতে তেওঁৰ পুত্ৰ চৈয়দ হাছান আলী চৌধুৰী পূব পাকিস্তান চৰকাৰৰ মন্ত্ৰী আৰু দ্বিতীয় বাংলাদেশ জাতীয় সংসদৰ সাংসদ আছিল। [3][4]
ক্ষিপ্ৰ তথ্য নৱাব বাহাদুৰচৈয়দ নবাব আলি চৌধুৰী CIE, ধানবাৰীৰ নবাব ...
নৱাব বাহাদুৰ চৈয়দ নবাব আলি চৌধুৰী CIE | |
---|---|
সৈয়দ নওয়াব আলী চৌধুরী | |
ধানবাৰীৰ নবাব | |
কাৰ্যকাল ১৯১১ – ১৭ এপ্ৰিল ১৯২৯ | |
পূৰ্বসূৰী | চৈয়দ জনাব আলি চৌধুৰী |
ব্যক্তিগত তথ্য | |
জন্ম | ২৯ ডিচেম্বৰ, ১৮৬৩ ধানবাৰী, টাংগাইল, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৭ এপ্ৰিল, ১৯২৯ (৬৫ বছৰ) দাৰ্জিলিং, ব্ৰিটিছ ভাৰত |
সন্তান | আলতাফ আলী চৌধুৰী চৈয়দ হাচান আলী চৌধুৰী |
সম্বন্ধীয় | মহম্মদ আলী বগৰা (নাতি) চৈয়দা আশ্বিকা আকবৰ (নাতিনী) |
পেচা | শিক্ষা মন্ত্ৰী |
বন্ধ কৰক