![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/5d/Chetana_Das.jpg/640px-Chetana_Das.jpg&w=640&q=50)
চেতনা দাস
ভাৰতীয় অভিনেতা / From Wikipedia, the free encyclopedia
চেতনা দাস (ইংৰাজী: Chetana Das, জন্ম: ৪ নৱেম্বৰ, ১৯৫৪) হৈছে অসমৰ এগৰাকী অভিনেত্ৰী।[2] ১৯৭০ আৰু ১৯৮০ দশকত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী আছিল।[1][3] তেওঁ পূৰ্বৰ অসমৰ (বৰ্তমানৰ মেঘালয়) শ্বিলঙত জন্মগ্ৰহণ কৰিছিল।[4]
ক্ষিপ্ৰ তথ্য চেতনা দাস, জন্ম ...
চেতনা দাস | |
---|---|
![]() | |
জন্ম | ০৪ নৱেম্বৰ, ১৯৫৪[1] শ্বিলং, মেঘালয়, (তেতিয়াৰ অসম) ![]() |
ৰাষ্ট্ৰীয়তা | ![]() |
পেচা | অভিনেত্ৰী |
ধৰ্ম | হিন্দু |
বন্ধ কৰক