চীনা-তিব্বতীয় ভাষা
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
চীনা-তিব্বতীয় ভাষা(ইংৰাজী: Sino-Tibetan language) এটা ভাষা পৰিয়াল; ইয়াৰ ভিতৰত প্ৰায় ৪০০টা ভাষা অন্তৰ্ভুক্ত। পূব এছিয়া, দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ কিছু অংশত এই ভাষাৰ ব্যৱহাৰ কৰা হয়। জনসংখ্যাৰ ক্ষেত্ৰত ই ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ পিছতে দ্বিতীয় স্থানত আছে। চীন-তিব্বতী ভাষাৰ ভিতৰত চীনা ভাষাৰ ১২ বিলিয়ন, মান ভাষাৰ ৩.৩ কোটি আৰু তিব্বতী ভাষাৰ ৮০ লাখ ব্যৱহাৰকাৰী আছে।
চীনা-তিব্বতীয় | |
---|---|
জাতি: | চীনা,মান,অসমৰ চীনা- তিব্বতীয় আৰু টাই জনগোষ্ঠী |
ভৌগোলিক বিস্তৃতি: |
চীন, মানদেশ, ব্ৰহ্মপুত্ৰ উপত্যকা |
ভাষাৰ শ্ৰেণীবিভাজন: | Sino-Tibetan
|
উপশ্ৰেণীসমূহ: |
প্ৰায় ৪০ জনীয়া এটা প্ৰতিষ্ঠিত নিম্নস্তৰৰ গোট
বিভিন্ন প্ৰস্তাৱিত শীৰ্ষ-স্তৰৰ গোট
পৰম্পৰাগত বিভাজন:
মান-তিব্বতীয় ভাষা
|
ISO 639-2 and 639-5: | sit |
চীনা-তিব্বতীয় ভাষাৰ বিভিন্ন শাখাৰ সম্প্ৰসাৰণ |
১৯৩৭ চনৰ চাইনিজ ইয়েৰবুকত লি ফাং-কুৱেইয়ে কৰা এক সমীক্ষাত এই পৰিয়ালটোক চাৰিটা শাখাৰে গঠিত বুলি বৰ্ণনা কৰিছে:[1]
এই শাখাত চীনা ভাষা অন্তৰ্গত কৰা হৈছে।
পশ্চিমীয়া গৱেষকে টাই সকলক এটা স্বাধীন ভাষা পৰিয়াল (ক্ৰা-ডাই ভাষা পৰিয়াল) হিচাপে স্বীকৃতি দিছে। কিন্তু চীনা গৱেষক সকলে টাই সকলক চীনা-তিব্বতীয় ভাষাৰ চাৰিটা শাখাৰ এটা শাখা বুলি ভাগ কৰিছে।[2][1]
অসমৰ মান-তিব্বতীয় জনগোষ্ঠী সমূহ হৈছে:
বেনেডিক্টে ভিয়েটনামীসকলক প্ৰকাশ্যভাৱে বাদ দিছিল আৰু মন-খ্মেৰত ৰাখিছিল লগতে হমং-মিয়েন আৰু ক্ৰা-ডাইক অষ্ট্ৰ'-টাইত ৰাখিছিল।[3]
১৯ শতিকাত প্ৰথমে প্ৰস্তাৱ কৰা হৈছিল যে কায় অঞ্চলৰ চীনা, তিব্বতী, বাৰ্মিজ আৰু অন্যান্য ভাষাসমূহ জিনগতভাৱে সম্পৰ্কিত; যিটো এতিয়া সকলোৰে পৰিচিত।[4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.