![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/d8/Chitr%25C4%2581ngada.jpg/640px-Chitr%25C4%2581ngada.jpg&w=640&q=50)
চিত্ৰাঙ্গদ
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটোক চিত্ৰাংগদা নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
কুৰুৰাজ শান্তনুৰ পত্নী সত্যৱতীৰ গৰ্ভত চিত্ৰাঙ্গদ (সংস্কৃত: चित्रांगद , ইংৰাজী: Chitrāngada)-ৰ জন্ম হয়। তেওঁৰ ভাতৃ আছিল বিচিত্ৰবীৰ্য্য।
ক্ষিপ্ৰ তথ্য চিত্ৰাঙ্গদ, তথ্য ...
চিত্ৰাঙ্গদ | |
---|---|
মহাভাৰতৰ চৰিত্ৰ | |
তথ্য | |
পৰিয়াল | শান্তনু (পিতৃ) সত্যৱতী (মাতৃ) বিচিত্ৰবীৰ্য্য (ভাতৃ) ভীষ্ম (ভাতৃ) |
দাম্পত্যসঙ্গী | অবিবাহিত |
বন্ধ কৰক
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/d/d8/Chitr%C4%81ngada.jpg/320px-Chitr%C4%81ngada.jpg)