চায়েণ্টিফিক টেম্পেৰামেণ্ট
From Wikipedia, the free encyclopedia
চায়েণ্টিফিক টেম্পেৰামেণ্ট ‘চায়েণ্টিফিক টেম্পেৰামেণ্ট’ হৈছে অসমৰ চৰকাৰী পঞ্জীয়নভূক্ত বিজ্ঞান আৰু বিজ্ঞান মানসিকতাৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কৰ্মৰত অগ্ৰণী সামাজিক অনুষ্ঠান। বিজ্ঞান শিক্ষাৰ বাবে ‘চায়েণ্টিফিক টেম্পেৰামেণ্ট’ সংস্থাই সামাজিক মাধ্যম, চ’চিয়েল মিডিয়াৰ মাধ্যমেৰে বিভিন্ন কাম কৰি আহিছে। সেইদৰে এই সংস্থাৰ পৰাই ‘অনুৰণন’ শীৰ্ষক এখন ই-আলোচনী প্ৰকাশ হৈ আছে। এই আলোচনীখনেই হৈছে অসমৰ প্ৰথম বিজ্ঞান ভিত্তিক ই-আলোচনী। ই-আলোচনীখনৰ ISSN হৈছে- ২৫২৮-২০০৫৫।[1]
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
চায়েণ্টিফিক টেম্পেৰামেণ্ট Scientific Temperament | |
---|---|
ধৰণ | চৰকাৰী পঞ্জীয়নভূক্ত সামাজিক অনুষ্ঠান |
প্ৰধান কাৰ্যালয় | অসম |