ঙুল্ট্ৰুম (ভূটান)
From Wikipedia, the free encyclopedia
ঙুল্ট্ৰুম (/əŋˈɡʌltrəm/[3]; ISO 4217 code: BTN) (Dzongkha: དངུལ་ཀྲམ) ১৯৭৪ৰ পাছৰ ভূটানৰ মুদ্ৰা। এশ চেৰ্টামে (১৯৭৯লৈকে ধাতুৰ মুদ্ৰাত চেৰ্টমছ হিচাপে লিখিত) ১ ঙুল্ট্ৰুম।
ক্ষিপ্ৰ তথ্য ঙুল্ট্ৰুম, ISO 4217 ক’ড ...
ঙুল্ট্ৰুম | |
---|---|
ISO 4217 ক’ড | BTN |
ব্যৱহাৰকাৰী | ভূটান (ভাৰতীয় টকাৰ সৈতে) |
মুদ্ৰাস্ফীতি | 5.2% |
উৎস | Royal Monetary Authority of Bhutan, 2015 est. |
বিনিময় হাৰ | ভাৰতীয় টকা সৈতে সমান |
উপ একক | |
১/১০০ | চেৰ্টামে |
চিহ্ন | Nu. |
চেৰ্টামে | Ch. |
ধাতব মুদ্ৰা | |
Freq. used | Ch.20, Ch.25, Ch.50, Nu.1. |
Rarely used | Ch.5, Ch.10 |
কাগজী মুদ্ৰা | Nu.1, Nu.5, Nu.10, Nu.20, Nu.50, Nu.100, Nu.500, Nu.1000[1][2] |
বন্ধ কৰক