From Wikipedia, the free encyclopedia
গ্ৰেগৰী ক'ৰ্ছ' (ইংৰাজী: Gregory Corso) (জন্ম ১৯৩০ চনৰ ২৬ মাৰ্চ; মৃত্যু ২০০১ চনৰ ১৭ জানুৱাৰী) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন কবি। তেওঁ বিট্ আন্দোলনৰ লগত জড়িত আছিল।
গ্ৰেগৰী ক'ৰ্ছ' Gregory Corso | |
---|---|
জন্ম | ২৬ মাৰ্চ, ১৯৩০ নিউয়ৰ্ক চহৰ, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ১৭ জানুৱাৰী, ২০০১ (৭০ বছৰ) মিন্নেচ'টা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
পেচা | কবি |
সাহিত্যিক বিপ্লৱ | বিট্ আন্দোলন, উত্তৰ আধুনিকতাবাদ |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.