গ্ৰীষ্মকালীন অলিম্পিক ২০১২ত ভাৰত
From Wikipedia, the free encyclopedia
ভাৰতে ইংলেণ্ডৰ লণ্ডনত অনুষ্ঠিত ২০১২ অলিম্পিকত (2012 Summer Olympics) ভাগ লৈছিল। ২০১২ চনৰ ২৭ জুলাইৰ পৰা ১২ আগষ্ট লৈকে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ভাৰতীয় অলিম্পিক সংস্থাই ১৩টা বিভিন্ন শাখাত মুঠ ৮৩জন খেলুৱৈক এই প্ৰতিযোগিতাত ভাগ ল’বলৈ সুবিধা দিছিল।
ক্ষিপ্ৰ তথ্য অলিম্পিক গেমছত ভাৰতবৰ্ষ, আইঅ'চি ক'ড ...
অলিম্পিক গেমছত ভাৰতবৰ্ষ | ||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|
| ||||||||||||
২০১২ গ্ৰীষ্মকালীন অলিম্পিক, লণ্ডনত | ||||||||||||
প্ৰতিযোগী | ৮৩ জন ১৩ টা ক্ৰীড়াত | |||||||||||
পতাকা বহনকাৰী | সুশীল কুমাৰ (উদ্বোধনী অনুষ্ঠান) মেৰী কম (সামৰণি অনুষ্ঠান) |
|||||||||||
পদক স্থান: ৫৬ তম |
স্বৰ্ণ ০ |
ৰূপ ২ |
ব্ৰঞ্জ ৪ |
মুঠ ৬ |
||||||||
অলিম্পিক ইতিহাস | ||||||||||||
গ্ৰীষ্মকালীন গেমছ | ||||||||||||
শীতকালীন গেমছ | ||||||||||||
|
বন্ধ কৰক
২০১২ লণ্ডন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা বহন সুশীল কুমাৰে কৰিছিল আৰু সামৰণি অনুষ্ঠানত মেৰি কমে কৰিছিল।
২০১২ লণ্ডন অলিম্পিক প্ৰতিযোগিতাত ভাৰতে মুঠ ৬টা পদক দখল কৰে। ইয়াৰ ভিতৰত দুটা ৰূপৰ আৰু ৪টা ব্ৰঞ্জৰ পদক আছিল।