![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/7d/5-striped_New_Gay_Male_Pride_Flag.svg/langas-640px-5-striped_New_Gay_Male_Pride_Flag.svg.png&w=640&q=50)
গে'
From Wikipedia, the free encyclopedia
গে' (ইংৰাজী: Gay) মানে হৈছে সমকামী পুৰুষ যি অন্য পুৰুষৰ প্ৰতি প্ৰেম, শাৰীৰিক আৰু আবেগিকভাৱে আকৰ্ষিত হয়। বৰ্তমান বৃহৎ সংখ্যক চিকিৎসাবিজ্ঞান আৰু মনোবিজ্ঞানৰ গৱেষণাই প্ৰমাণ কৰি দেখুৱাইছে যে গে' বা লেছবিয়ান হোৱাটো মানসিকভাৱে আৰু সামাজিকভাৱে সাধাৰণ।[1]ভাৰতত বৰ্তমান সমকামী সম্পৰ্ক বৈধ। আৰু সমকামিতা ভিত্তিত বৈষম্য দেশজুৰি নিষিদ্ধ কৰা হৈছে।[2][3]
![](http://upload.wikimedia.org/wikipedia/commons/thumb/7/7d/5-striped_New_Gay_Male_Pride_Flag.svg/640px-5-striped_New_Gay_Male_Pride_Flag.svg.png)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/c/ce/Couple_%2818591691123%29.jpg/640px-Couple_%2818591691123%29.jpg)