![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/9e/Gandhi_Hill.jpg/640px-Gandhi_Hill.jpg&w=640&q=50)
গান্ধী হিল, বিজয়বাড়া
From Wikipedia, the free encyclopedia
গান্ধী হিল অথবা গান্ধী পাহাৰ (ইংৰাজী: Gandhi Hill; উচ্চতা - প্ৰায় ৫০০ ফুট বা ১৫০ মিটাৰ) হৈছে বিজয়ৱাড়া ৰেল ষ্টেচনৰ পিছফালে তাৰাপেট অঞ্চলৰ বিজয়ৱাড়াত অৱস্থিত এটা পাহাৰ। এই পাহাৰত নিৰ্মিত গান্ধী স্মাৰকটো হৈছে দেশৰ ভিতৰতে প্ৰথম সাতটা স্তূপ থকা স্থাপত্য। পাহাৰটো গান্ধী নামেৰেও জনপ্ৰিয়।[1][2] পূৰ্বতে ইয়াক অ’আৰআৰ হিল নামেৰে জনা গৈছিল।[3]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/9/9e/Gandhi_Hill.jpg/320px-Gandhi_Hill.jpg)