![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/67/Rose-ringed_Parakeet_Psittacula_krameri_male_by_Dr._Raju_Kasambe_DSCN8937_%25282%2529.jpg/640px-Rose-ringed_Parakeet_Psittacula_krameri_male_by_Dr._Raju_Kasambe_DSCN8937_%25282%2529.jpg&w=640&q=50)
গলমণিকা
From Wikipedia, the free encyclopedia
গলমণিকা (ইংৰাজী: Rose-ringed Parakeet, বৈজ্ঞানিক নাম-Psittacula krameri) এটা জাকৰুৱা এফ্ৰো-এছিয়ান (Afro-Asian) ভাটৌৰ প্ৰজাতি। ই সমগ্ৰ ভাৰতত বহুলভাৱে বিস্তৃত। যিহেতু ইয়াৰ জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে, সেয়ে আই.ইউ. চি. এন এ ইয়াক 'Least Concern' প্ৰজাতিসমূহৰ অন্তৰ্ভুক্ত কৰিছে। [1]
ক্ষিপ্ৰ তথ্য গলমণিকা (Rose-ringed Parakeet), সংৰক্ষণ স্থিতি ...
গলমণিকা (Rose-ringed Parakeet) | |
---|---|
![]() | |
Female on left and male on right (Psittacula krameri manillensis) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Psittaciformes |
মহাপৰিয়াল: | Psittacoidea |
পৰিয়াল: | Psittaculidae |
উপপৰিয়াল: | Psittaculinae |
গোত্ৰ: | Psittaculini |
গণ: | Psittacula |
প্ৰজাতি: | P. krameri |
বৈজ্ঞানিক নাম | |
Psittacula krameri (Scopoli, 1769) | |
Original (wild) range |
বন্ধ কৰক
গলমণিকা ঘৰচীয়া চৰাই হিচাপেও বিখ্যাত।[2] ই জনবসতিপূৰ্ণ অঞ্চলত বসবাস কৰিবলৈ বিশেষভাৱে অভিযোজিত বাবে বনাঞ্চল ধ্বংস বা নগৰীকৰণে ইয়াৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাই।