খ্ৰীং খ্ৰীং বাইথ' পূজা
From Wikipedia, the free encyclopedia
খ্ৰীং খ্ৰীং বাইথ' পূজা হৈছে সোণোৱাল কছাৰীৰ লোক-সমাজত প্ৰচলিত এক কৃষিভিত্তিক ধৰ্মীয় উৎসৱ তথা সোণোৱাল কছাৰী জনগোষ্ঠীৰ নৱবৰ্ষৰ আৰম্ভনি উৎসৱ।[1] এই উৎসৱ বাইথ' থান নামৰ পৰম্পৰাগত দেউশালত অনুষ্ঠিত কৰা হয় আৰু এই উৎসৱত লগত হাইদাং নামৰ এবিধ গীত গোৱা হয়।[2] মূলতঃ কৃষিভিত্তিক এই বাৰ্ষিক পৰম্পৰা প্ৰতিবছৰে শুক্লপক্ষৰ দ্বিতীয় দেওবাৰে দেও নমোৱা, সোমবাৰে মূল পূজা,মঙলবাৰে বিহু নমোৱা আৰু বুধবাৰে বাঘদেউ পূজা কৰি মুঠ চাৰিদিনীয়া পূজাৰ আয়োজনেৰে সামৰণি মৰা হয়।
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
ক্ষিপ্ৰ তথ্য খ্ৰীং খ্ৰীং বাইথ’ পূজা, প্ৰকাৰ ...
খ্ৰীং খ্ৰীং বাইথ’ পূজা | |
---|---|
প্ৰকাৰ | Asian |
উদযাপন | ১.দেও নমোৱা ২.মূল পূজা ৩.বিহু নমোৱা ৪.বাঘদেউ পূজা |
সম্পৰ্কিত | বড়ো-কছাৰী |
অৱধি | চাৰিদিনীয়া |
সংঘটন | বাৰ্ষিক |
বন্ধ কৰক