খুৱাই নদী (ইংৰাজী: Khowai River) হৈছে ভাৰতবৰ্ষৰ ত্ৰিপুৰা ৰাজ্য আৰু বাংলাদেশৰ এখন নদী। আথাৰামুৰা পৰ্বতৰ উত্তৰ অংশত এই নদীখনৰ উৎপত্তি হৈছে। এই নদীখন পশ্চিম আৰু উত্তৰলৈ বৈ গৈ বাংলাদেশৰ ছিলেট জিলাত প্ৰৱেশ কৰিছে। তাৰ পিছত পূব দিশে বৈ গৈ মেঘনা নদীৰ লগত মিলি গৈছে। [1]
ক্ষিপ্ৰ তথ্য দেশসমূহ, প্ৰদেশ ...
বন্ধ কৰক