খাচী আৰু জয়ন্তীয়া পাহাৰ
অসম আৰু মেঘালয়ৰ অংশ হিচাপে থকা পাহাৰীয়া অঞ্চল / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো ব্ৰিটিছ শাসনৰ কালছোৱাৰ জিলাৰ বিষয়ে। পৰ্বতমালাৰ বাবে খাচী পাহাৰ চাওক।
খাচী আৰু জয়ন্তীয়া পাহাৰ পূৰ্বে মূলতঃ অসম আৰু মেঘালয়ৰ অংশ হিচাপে থকা পাহাৰীয়া অঞ্চল।[2] এই অঞ্চল বৰ্তমান ভাৰতীয় ৰাজ্য মেঘালয়ৰ (পূৰ্বৰ অসম) অন্তৰ্গত। পূব জয়ন্তীয়া পাৰ্বত্য জিলা, পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা, পূব খাচী পাৰ্বত্য জিলা আৰু পশ্চিম খাচী পাৰ্বত্য জিলাৰ বৰ্তমান ইয়াৰ অংশ।[3]
ক্ষিপ্ৰ তথ্য
খাচী-জয়ন্তীয়া পাহাৰ | |||||
অসম প্ৰদেশ, ব্ৰিটিছ শাসিত ভাৰতৰ জিলা | |||||
| |||||
বেংগল গেজেটত খাচী আৰু জয়ন্তীয়া পাহাৰ, ১৯০৭ | |||||
ইতিহাস | |||||
• | পূব বংগ আৰু অসমৰ বিভাজন[1] | ১৯১২ | |||
• | ভাৰতৰ স্বাধীনতা | ১৯৪৭ | |||
মাটিকালি | |||||
• | 1901 | 15,947 km2 (6,157 sq mi) | |||
জনসংখ্যা | |||||
• | 1901 | 1,97,904 | |||
জনঘনত্ব | 12.4 /km2 (32.1 /sq mi) | ||||
বন্ধ কৰক