![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/97/Coursera-Logo_600x600.svg/langas-640px-Coursera-Logo_600x600.svg.png&w=640&q=50)
ক’ৰ্ছেৰা
From Wikipedia, the free encyclopedia
ক’ৰ্ছেৰা (Coursera Inc.) হৈছে ২০১২ চনত ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপক এণ্ড্ৰু ইং আৰু ডাফ্নে কলাৰে প্ৰতিষ্ঠা কৰা আমেৰিকা যুক্তৰাষ্ট্ৰভিত্তিক এক বৃহৎ মুক্ত অনলাইন পাঠ্যক্ৰম প্ৰদানকাৰী সেৱা।[3][4][5] ক’ৰ্ছেৰাই বিশ্ববিদ্যালয় আৰু অন্যান্য সংস্থাৰ সৈতে সহযোগিতা কৰি বিভিন্ন বিষয়ৰ অনলাইন পাঠ্যক্ৰম, প্ৰমাণপত্ৰ, আৰু ডিগ্ৰী প্ৰদান কৰে। ২০২১ চনত অনুমান কৰা হৈছিল যে ক’ৰ্ছেৰাৰ জৰিয়তে প্ৰায় ১৫০ খন বিশ্ববিদ্যালয়ে ৪ হাজাৰতকৈ অধিক পাঠ্যক্ৰম আগবঢ়াইছে।[6]
ক্ষিপ্ৰ তথ্য ক’ৰ্ছেৰা ইনক’ৰ্পৰেটেড, ইউ আৰ এল ...
ক’ৰ্ছেৰা ইনক’ৰ্পৰেটেড | |
---|---|
![]() | |
ইউ আৰ এল | coursera.org |
বাণিজ্যক | হয় |
প্ৰকাৰ | অনলাইন শিক্ষা |
পঞ্জীয়ন | প্ৰয়োজনীয় |
ভাষা | বহুভাষিক (৪০) es-us |
পঞ্জীকৃত সদস্য | ৯২ নিযুত (২০২১)[1] |
প্ৰতিস্থাপক | Andrew Ng Daphne Koller |
উদ্যোগ | E-learning |
অৱস্থান | Mountain View, California, U.S. |
কৰ্মক্ষেত্ৰ | Worldwide |
কৰ্মচাৰীৰ সংখ্যা | 1,138 (December 2021)[2] |
মুকলি | এপ্ৰিল ২০১২; ১২ বছৰ আগতে (2012-04) |
ৰাজহ | ![]() |
বৰ্তমান স্থিতি | সক্ৰিয় |
বন্ধ কৰক