কৰন সিং গ্ৰোভাৰ
ভাৰতীয় অভিনেতা / From Wikipedia, the free encyclopedia
কৰন সিং গ্ৰোভাৰ (জন্ম, ফেব্ৰুৱাৰী ২৩, ১৯৮২) এজন ভাৰতীয় টেলিভিছনৰ অভিনেতা আৰু মডেল। এম টিভি ইণ্ডিয়াৰ কিতনী মস্তি হ্যে জিন্দেগীৰ যোগেদি তেওঁ নিজৰ টেলিভিছন কেৰিয়াৰ আৰম্ভ কৰে। .[2] ষ্টাৰ ৱান চেনেলৰ দিল মিল গয়েৰ ড॰ অৰমান মালিক আৰু জী টিভিৰ ধাৰাবাহিক কবুল হ্যেৰ আছাদ আহমেদ খান নামৰ জনপ্ৰিয় চৰিত্ৰ দুটিত কৰা অভিনয়ৰ বাবে কৰন বিখ্যাত।
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
ক্ষিপ্ৰ তথ্য কৰন সিং গ্ৰোভাৰ, জন্ম ...
কৰন সিং গ্ৰোভাৰ | |
---|---|
কৰন সিং গ্ৰোভাৰ ২০১৬ চনত | |
জন্ম | ২৩ ফেব্ৰুৱাৰী, ১৯৮২ (৪২ বছৰ) দিল্লী, ভাৰত |
অন্য নাম | কৰন সিং, কৰন গ্ৰোভাৰ, কে এছ জি |
পেচা | অভিনেতা, মডেল |
সক্ৰিয় হৈ থকা সময় | ২০০৪–বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | শ্ৰদ্ধা নিগম (২০০৮-২০০৯, বিবাহ বিচ্ছেদিত) জেনিফাৰ উইংগেট (২০১২-২০১৪, বিবাহ বিচ্ছেদিত)[1] বিপাশা বসু (২০১৬-বৰ্তমান) |
বন্ধ কৰক