ক্ৰিষ্টোফাৰ কলম্বাছ
এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী / From Wikipedia, the free encyclopedia
ক্ৰিষ্টোফাৰ কলম্বাছ (ইংৰাজী: Christopher Columbus) আছিল এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী। তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়। যদিও তেখেত আমেৰিকাত উপস্থিত হোৱা প্ৰথমগৰাকী ব্যক্তি নাছিল (একাদশ শতিকাতে লেইফ এৰিকছনে আমেৰিকাত উপস্থিত হৈছিল)।[3] তথাপি তেখেতৰ অভিযানে ইউৰোপ আৰু আমেৰিকাৰ মাজত নতুন সংযোগ স্থাপন কৰিছিল, যাৰ ফলত আমেৰিকাত ইউৰোপীয় ঔপনিৱেশবাদৰ নতুন অধ্যায় স্থাপন হৈছিল।
ক্ষিপ্ৰ তথ্য ক্ৰিষ্টোফাৰ কলম্বাছ, জন্ম ...
ক্ৰিষ্টোফাৰ কলম্বাছ | |
---|---|
Posthumous portrait of Christopher Columbus by Sebastiano del Piombo, 1519. There are no known authentic portraits of Columbus.[1] | |
জন্ম | Before 31 October 1451 Genoa, Republic of Genoa |
মৃত্যু | 20 May 1506 (aged প্ৰায় 54) Valladolid, Crown of Castile |
অন্য নাম |
|
পেচা | Maritime explorer |
পদবী | Admiral of the Ocean Sea; Viceroy and Governor of the Indies |
ধৰ্ম | Roman Catholic |
দাম্পত্যসঙ্গী | Filipa Moniz Perestrelo |
অংশীদাৰ | Beatriz Enríquez de Arana |
সন্তান | Diego Fernando |
আত্মীয়-স্বজন | Brothers: Giovanni Pellegrino Giacomo (also called Diego)[2] Bartholomew Sister: Bianchinetta Columbus |
স্বাক্ষৰ | |
বন্ধ কৰক