![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/25/Caribbean_reef_squid.jpg/640px-Caribbean_reef_squid.jpg&w=640&q=50)
কোমলদেহী প্ৰাণী
From Wikipedia, the free encyclopedia
কোমলদেহী প্ৰাণী (ইংৰাজী: Mollusca) হৈছে অমেৰুদণ্ডী প্ৰাণীৰ এটা পৰ্ব। এই পৰ্বৰ অধিকাংশ সামুদ্ৰিক প্ৰজাতি। ইয়াৰে অধিকাংশ অগভীৰ জলত বাস কৰে। এই পৰ্ব সকলোতকৈ বৃহত্তম সামুদ্ৰিক অমেৰুদণ্ডী প্ৰাণীৰ প্ৰজাতি। এই পৰ্বত প্ৰায় ৮৫,০০০ প্ৰজাতি আছে।
ক্ষিপ্ৰ তথ্য কোমলদেহী জীৱাশ্ম কাল: Ediacaran or Cambrian - Recent, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
কোমলদেহী জীৱাশ্ম কাল: Ediacaran or Cambrian - Recent | |
---|---|
![]() | |
Caribbean reef squid, Sepioteuthis sepioidea | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Mollusca Linnaeus, 1758 |
বন্ধ কৰক
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5c/Cypraea_chinensis_with_partially_extended_mantle.jpg/640px-Cypraea_chinensis_with_partially_extended_mantle.jpg)