কৈহাটী
From Wikipedia, the free encyclopedia
কৈহাটী (ইংৰাজী: Koihati) ভাৰতৰ অসম ৰাজ্যৰ নলবাৰী জিলাৰ অন্তৰ্গত এখন সৰু গাঁও। গাওঁখনৰ এটা অংশক সৰু কৈহাটী (স্থানীয় ভাষাত 'সৰ কৈহাটী') আৰু আনটো অংশক বৰ কৈহাটী বোলা হয়।
ক্ষিপ্ৰ তথ্য
কৈহাটী | |
— গাঁও — | |
স্থানাঙ্ক | 26.42°N 91.43°E / 26.42; 91.43 |
দেশ | ভাৰত |
অঞ্চল | নামনি অসম |
ৰাজ্য | অসম |
জিলা | নলবাৰী জিলা |
গাওঁবুঢ়া | |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
বন্ধ কৰক