কেঙ্গেৰু
From Wikipedia, the free encyclopedia
কেঙ্গেৰু (ইংৰাজী: kangaroo ) ১৬২৯ চনত অষ্ট্ৰেলিয়া মহাদেশত প্ৰথম কেঙ্গেৰু দেখিছিল ফ্ৰান্সেছ পিলছিয়েৰ নামৰ এজন পতুৰ্গীজ লোকে৷ কেঙ্গেৰুৰ বিচিত্ৰ চেহেৰা আৰু সিঁহতৰ বিচিত্ৰ গতিবিধিৰ বাবে পৃথিৱীৰ ভিতৰতে এবিধ অন্যতম আকৰ্ষণীয় প্ৰাণী৷ কেঙ্গেৰুৰ পৰিয়ালৰ ভিতৰত ৰঙা কেঙ্গেৰুবোৰ সকলোতকৈ ডাঙৰ৷ ইহঁতৰ উচ্চতা প্ৰায় ২মিটাৰ (৬.৫ ফুট)৷ ইহঁত এবিধ তৃণভোজী প্ৰাণী৷ দিনত সূৰ্যৰ প্ৰখৰ তাপৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে কেঙ্গেৰুবোৰে গছৰ তলত বিচৰণ কৰি ফুৰে৷ [1]
ক্ষিপ্ৰ তথ্য Kangaroo, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
Kangaroo | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
অনুশ্ৰেণী: | Marsupialia |
বৰ্গ: | Diprotodontia |
পৰিয়াল: | Macropodidae |
গণ: | Macropus |
উপগণ: | Macropus and Osphranter |
বন্ধ কৰক