কুৰুং কুমেই জিলা
From Wikipedia, the free encyclopedia
কুৰুং কুমেই জিলা (Kurung Kumey district, Pron:/kʊˈɹʌŋ kʊˈmi/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ ২২ খন জিলাৰ ভিতৰত অন্যতম৷ এই জিলাৰ সদৰ ঠাই ক’ল’ৰিয়াং (Koloriang)৷
ক্ষিপ্ৰ তথ্য কুৰুং কুমেই জিলা, দেশ ...
কুৰুং কুমেই জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
অৰুণাচল প্ৰদেশত কুৰুং কুমেইৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ১ এপ্ৰিল ২০১১ (2011-04-01) |
সদৰ | ক’ল’ৰিয়াং |
মহকুমা | ন্যাপিন, ক’ল’ৰিয়াং, দামিন |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পশ্চিম |
- বিধানসভা সমষ্টি | ২ খন (ন্যাপিন আৰু ক’ল’ৰিয়াং) |
মাটিকালি | |
- মুঠ | ৬,০৪০ কি.মি.২ (২,৩৩২.১ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৮৯,৭১৭ জন |
- জনঘনত্ব | ১৪.৯ প্ৰতি বৰ্গ কি.মি. (৩৮.৫ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৫০.৭%[1] |
- লিংগ অনুপাত | ১০২৯[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 27°54′N 93°21′E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক