![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/1b/Kumari_Kamala.jpg/640px-Kumari_Kamala.jpg&w=640&q=50)
কুমাৰী কমলা
From Wikipedia, the free encyclopedia
কুমাৰী কমলা (জন্ম: ১৬ জুন ১৯৩৪) এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু অভিনেত্ৰী৷ তেওঁ কমলা লক্ষ্মণ নামেৰেও পৰিচিত। প্ৰথম অৱস্থাত শিশু নৃত্যশিল্পী হিচাপে অভিনয় কৰা কমলাই সমগ্ৰ কেৰিয়াৰত প্ৰায় ১০০খন তামিল, হিন্দী, তেলেগু আৰু কানাড়া ছবিত অভিনয় কৰিছিল। ১৯৭০ চনত তেওঁ পাৰদৰ্শিতা লাভ কৰা ভাজুভূৰ নৃত্য শৈলীৰ শিক্ষয়িত্ৰী হৈ পৰে।
ক্ষিপ্ৰ তথ্য কুমাৰী কমলা, জন্ম ...
কুমাৰী কমলা | |
---|---|
![]() ১৯৫০ চনৰ আগভাগত কুমাৰী কমলা | |
জন্ম | ১৬ জুন, ১৯৩৪ (৮৯ বছৰ) ময়ুৰম, মাদ্ৰাছ প্ৰছিডেন্সী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | বেবী কমলা, কমলা লক্ষ্মণ, কমলা নাৰায়ণ, কমলা লক্ষ্মী নাৰায়ণ |
পেচা | নৃত্যশিল্পী, অভিনেত্ৰী |
দাম্পত্যসঙ্গী |
|
বন্ধ কৰক