![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/e/eb/Gallicrex_cinerea_-Basai_Wetlands%252C_near_Gurgaon%252C_Haryana%252C_India-8.jpg/640px-Gallicrex_cinerea_-Basai_Wetlands%252C_near_Gurgaon%252C_Haryana%252C_India-8.jpg&w=640&q=50)
কুটুম চৰাই
From Wikipedia, the free encyclopedia
কুটুম চৰাই (ইংৰাজী: Watercock, বৈজ্ঞানিক নাম: Gallicrex cinerea) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াতে বহুলভাৱে বিস্তৃত হৈ আছে।
ক্ষিপ্ৰ তথ্য কুটুম চৰাই (Watercock), সংৰক্ষণ স্থিতি ...
কুটুম চৰাই (Watercock) | |
---|---|
![]() | |
গুৰহাঁও, হাৰিয়ানাৰ ওচৰৰ বাচাই জলাহ অঞ্চলত এটা মতা কুটুম চৰাই | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Gruiformes |
পৰিয়াল: | Rallidae |
গণ: | Gallicrex Blyth, 1852 |
প্ৰজাতি: | G. cinerea |
বৈজ্ঞানিক নাম | |
Gallicrex cinerea (Gmelin, 1789) |
বন্ধ কৰক