![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/5a/Nagaland_locator_map.svg/langas-640px-Nagaland_locator_map.svg.png&w=640&q=50)
কিফিৰে
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো সদৰ ঠাই খনৰ বিষয়ে। জিলাৰ বাবে কিফিৰে জিলা চাওক।
কিফিৰে (Pron:/ˈkɪfɑɪə/) নাগালেণ্ড ৰাজ্যৰ কিফিৰে জিলাত অৱস্থিত এখন সৰু নগৰ৷ এই নগৰখন কিফিৰে জিলাৰ সদৰঠাই৷ নগৰখন সাগৰ পৃষ্ঠৰ পৰা গড় ৮৯৬ মিটাৰ (২৯৪০ ফুট) উচ্চতাত অৱস্থিত৷[1]
ক্ষিপ্ৰ তথ্য
কিফিৰে | |||
— নগৰ — | |||
স্থানাঙ্ক | 25.8992°N 94.7808°E / 25.8992; 94.7808 | ||
দেশ | ![]() | ||
ৰাজ্য | নাগালেণ্ড | ||
জিলা | কিফিৰে | ||
জনসংখ্যা • ঘনত্ব |
11,799 (2011[update]) • 1,311 /কিমি২ (3,395 /বৰ্গ মাইল) | ||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
মাটিকালি • উচ্চতা |
>9 km2 (3 sq mi) • 896 m (2,940 ft) | ||
ক'ড
| |||
ৱেবছাইট | http://kiphire.nic.in |
বন্ধ কৰক