কাৰ্ল ফ্ৰিডৰিখ গাউছ
From Wikipedia, the free encyclopedia
জ'হানন্ কাৰ্ল ফ্ৰিডৰিখ গাঊছ (/ɡaʊs/; জাৰ্মান: Gauß, উচ্চাৰণ [ɡaʊs] ( শুনক); লেটিন: Carolus Fridericus Gauss ) (৩০ এপ্ৰিল ১৭৭৭ – ২৩ ফ্ৰেব্ৰুৱাৰী ১৮৫৫) এজন জাৰ্মান গণিতজ্ঞ আৰু পদাৰ্থ-বিজ্ঞানী আছিল যিজনে সংখ্যা-তত্ত্ব (number theory), বীজগণিত (algebra), পৰিসংখ্যা (statistics), গাণিতিক বিশ্লেষণ (mathematical analysis), differential geometry, geodesy, geophysics, electrostatics, জ্যোতিৰ্বিজ্ঞান (astronomy) আৰু আলোকবিজ্ঞান (optics)কে আদি কৰি বহুতো ক্ষেত্ৰলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢাই থৈ গৈছে।
কাৰ্ল ফ্ৰিডৰিখ গাউছ | |
---|---|
Carl Friedrich Gauß (1777–1855), painted by Christian Albrecht Jensen | |
জন্ম | Johann Carl Friedrich Gauss ৩০ এপ্ৰিল, ১৭৭৭ Brunswick, Duchy of Brunswick-Wolfenbüttel, Holy Roman Empire |
মৃত্যু | ২৩ ফেব্ৰুৱাৰী, ১৮৫৫ (৭৭ বছৰ) Göttingen, Kingdom of Hanover |
বাসস্থান | Kingdom of Hanover |
জাতীয়তা | German |
ক্ষেত্ৰ | Mathematics and physics |
কৰ্মস্থান | University of Göttingen |
শিক্ষানুষ্ঠান | University of Helmstedt |
ডক্তৰেল পৰামৰ্শদাতা | Johann Friedrich Pfaff |
আন শৈক্ষিক পৰামৰ্শদাতা | Johann Christian Martin Bartels |
ডক্তৰেল বিদ্যাৰ্থী | Christoph Gudermann Christian Ludwig Gerling Richard Dedekind Johann Listing Bernhard Riemann Christian Peters Moritz Cantor |
আন উল্লেখযোগ্য বিদ্যাৰ্থী | Johann Encke Peter Gustav Lejeune Dirichlet Gotthold Eisenstein Carl Wolfgang Benjamin Goldschmidt Gustav Kirchhoff Ernst Kummer August Ferdinand Möbius L. C. Schnürlein Julius Weisbach |
জনা যায় | See full list |
প্ৰভাৱান্বিত কৰিছে | Sophie Germain Ferdinand Minding |
উল্লেখনীয় বঁটা | Copley Medal (1838) |
স্বাক্ষৰ |
গণিতৰ যুৱৰাজ বুলি খ্যাত[1] (লেটিন, "the Prince of Mathematicians" or "the foremost of mathematicians") আৰু কেতিয়াবা "অতীজৰ পৰা আজিলৈকে শ্ৰেষ্ঠতম গণিতজ্ঞ" হিচাপে স্বীকৃত গাঊছৰ গণিশাস্ত্ৰ আৰু বিজ্ঞানৰ বহুতো ক্ষেত্ৰত লেখত ল'বলগীয়া প্ৰভাৱ আছিল। তেওঁক ইতিহাসৰ সবাতোকৈ বেছি প্ৰভাৱসম্পন্ন গণিতজ্ঞসকলৰ তালিকাত স্থান দিয়া হয়।[2]