কামিনী কাঞ্চন
From Wikipedia, the free encyclopedia
কামিনী কাঞ্চন বা কামিনী কুসুম (বৈজ্ঞানিক নাম: Murraya paniculata) হৈছে দক্ষিণ এছিয়া, দক্ষিণপূৱ এছিয়া আৰু চীনৰ এবিধ থলুৱা ক্ৰান্তীয়, চীৰসেউজীয়া উদ্ভিদ।[2][3][4] সৰু সৰু বগা সুগন্ধী ফুল ফুলা এই উদ্ভিদজোপা আলংকাৰিক উদ্ভিদ আৰু বেৰা (Hedge) দিয়া উদ্ভিদ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলবোৰ কমলাৰ পৰা ৰঙা ৰঙৰ হোৱা দেখা যায়।
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, আপুনিও ৱিকিপিডিয়াক এইটো বিস্তাৰ কৰি সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য কামিনী কাঞ্চন, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
কামিনী কাঞ্চন | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Sapindales |
পৰিয়াল: | Rutaceae |
গণ: | Murraya |
প্ৰজাতি: | M. paniculata |
বৈজ্ঞানিক নাম | |
Murraya paniculata (L.) Jack | |
সমাৰ্থক[1] | |
|
বন্ধ কৰক