কামলে জিলা
From Wikipedia, the free encyclopedia
কামলে জিলা বা খেলমে জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷[2] এই জিলাৰ সদৰ ঠাই ৰাগা (Raga)৷[1] ২০১৭ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্যা ২২,২৫৬ জন৷
ক্ষিপ্ৰ তথ্য কামলে জিলা, দেশ ...
কামলে জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ১৫ ডিচেম্বৰ ২০১৭ (2017-12-15) |
সদৰ | ৰাগা |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পশ্চিম |
জনসংখ্যা (২০১৭)[1] | |
- মুঠ | ২২,২৫৬ জন |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
বন্ধ কৰক