![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/47/Kamalabari_Satra.jpg/640px-Kamalabari_Satra.jpg&w=640&q=50)
কমলাবাৰী সত্ৰ
From Wikipedia, the free encyclopedia
কমলাবাৰী সত্ৰ মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য বদুলা আতাই প্ৰতিষ্ঠা কৰিছিল। এওঁৰ প্ৰকৃত নাম কমলাকান্ত আতা। মহাপুৰুষ শংকৰদেৱৰ আজ্ঞামৰ্মে মাধৱদেৱৰ গাৰ বদ্বল দি ধৰ্মপ্ৰচাৰৰ অনুমতি দিয়াত বদলা নাম পায়। সেয়ে বদলা পদ্ম আতাৰুপে পৰিচিত হয়।কালক্ৰমত এইখন সত্ৰ মূলতঃ চাৰিভাগ হয়। মূল কমলাবাৰী, উত্তৰ কমলাবাৰী, মধ্য কমলাবাৰী আৰু নতুন কমলাবাৰী। মূল কমলাবাৰী সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ হ'ল শ্ৰীশ্ৰী ভৱকান্ত দেৱগোস্বামী, উত্তৰ কমলাবাৰী সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ হ'ল শ্ৰীশ্ৰী জনাৰ্দন দেৱগোস্বামী আৰু নতুন কমলাবাৰী সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ হ'ল শ্ৰীশ্ৰী সত্যজিৎ মহন্ত।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
![](http://upload.wikimedia.org/wikipedia/commons/thumb/4/47/Kamalabari_Satra.jpg/640px-Kamalabari_Satra.jpg)