কংগো নদী
আফ্ৰিকাত অৱস্থিত এখন নদী / From Wikipedia, the free encyclopedia
কংগো নদী (also known as the Zaire River; ফৰাচী: (le) fleuve Congo / Zaïre; পৰ্তুগীজ: rio Congo / Zaire) আফ্ৰিকাত অৱস্থিত এখন নদী৷ ক্ষৰণ ( discharge) ৰ দিশৰ পৰা আমাজানৰ পিছতেই এই নদী বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ নদী ৷ তাৰোপৰি 220 মিটাৰ (720 ফুট) গভীৰতাৰে কংগো নদীক বিশ্বৰ সৰ্বোচ্চ গভীৰতাৰ নদী বুলিও গণ্য কৰা হয়৷[2]
ক্ষিপ্ৰ তথ্য দেশসমূহ, মোহনা ...
কংগো নদী | |
The ninth longest river in the world | |
Aerial view of the Congo River near Kisangani | |
দেশসমূহ | Angola, Burundi, Cameroon, Central African Republic, Congo-Kinshasa, Gabon, Congo-Brazzaville, Rwanda, Tanzania, Zambia |
---|---|
মোহনা | Atlantic Ocean |
দৈৰ্ঘ্য | ৪,৭০০ কিমি (২,৯২০ মাইল) [1] |
অৱবাহিকা | ৪০,১৪,৫০০ বৰ্গকিমি (১৫,৫০,০০৭ বৰ্গমাইল) [1] |
প্ৰবাহ | |
- গড় | ৪১,০০০ ঘনমিটাৰ/ছেকেণ্ড (১৪,৪৭,৯০১ ঘনফুট/ছেকেণ্ড) [1] |
- সৰ্বোচ্চ | ৭৫,০০০ ঘনমিটাৰ/ছেকেণ্ড (২৬,৪৮,৬০০ ঘনফুট/ছেকেণ্ড) [1] |
- সৰ্বনিম্ন | ২৩,০০০ ঘনমিটাৰ/ছেকেণ্ড (৮,১২,২৩৭ ঘনফুট/ছেকেণ্ড) [1] |
বন্ধ কৰক
কংগো নদীৰ মূঠ দৈৰ্ঘ্য প্ৰায় 4,700 km (2,920 মাইল)৷ বিশ্বৰ ভিতৰত দৈৰ্ঘ্যৰ ফালৰ পৰা এই নদীৰ স্থান নৱম৷ কংগো অৱবাহিকা (Congo Basin) মুঠ কালি প্ৰায় চাৰি মিলিয়ন বৰ্গ কিলোমিটাৰ, যি আফ্ৰিকাৰ মুঠ মাটিকালিৰ ১৩% অধিকাৰ কৰি ৰাখিছে৷