কংগো দেশৰ ৰন্ধনশৈলীFrom Wikipedia, the free encyclopedia কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশৰ ৰন্ধনশৈলীৰ পৰা এই দেশৰ আদিবাসীসকল কোনটো গোটৰ সেইটো আভাশ ল’ব পাৰি। এই দেশৰ সৰ্বসাধাৰণ আহাৰ কাচাভা, ফুফু, ভাত, প্লেনটেন (ডাঙৰ কাচকল) আৰু আলু এওঁলোকৰ প্ৰধান খাদ্য আৰু এইবিলাক অন্য পদাৰ্থৰ লগতো খোৱা হয়।
কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশৰ ৰন্ধনশৈলীৰ পৰা এই দেশৰ আদিবাসীসকল কোনটো গোটৰ সেইটো আভাশ ল’ব পাৰি। এই দেশৰ সৰ্বসাধাৰণ আহাৰ কাচাভা, ফুফু, ভাত, প্লেনটেন (ডাঙৰ কাচকল) আৰু আলু এওঁলোকৰ প্ৰধান খাদ্য আৰু এইবিলাক অন্য পদাৰ্থৰ লগতো খোৱা হয়।