![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/3/3d/Amperemeter_hg.jpg/640px-Amperemeter_hg.jpg&w=640&q=50)
এম্পিয়াৰ
From Wikipedia, the free encyclopedia
এম্পিয়াৰ(A[1]) হৈছে আন্তৰ্জাতিক একক প্ৰণালীত বিদ্য়ুৎ প্ৰৱাহৰ একক[2][3]। ফ্ৰান্সৰ গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী আন্দ্ৰে ম্যাৰি এম্পিয়াৰৰ নামত এই এককটো ৰখা হৈছে।
ক্ষিপ্ৰ তথ্য এম্পিয়াৰ, এককটোৰ তথ্য ...
এম্পিয়াৰ | |
---|---|
![]() মভিং আইৰন এমিটাৰৰ দৃশ্য। কুণ্ডলীৰ মাজেৰে যোৱা প্ৰৱাহৰ বৃদ্ধিৰ লগে লগে সূচকডালে সোঁফালে সূচাব। | |
এককটোৰ তথ্য | |
একক পদ্ধতি | আন্তৰ্জাতিক একক প্ৰণালী |
কিহৰ একক | বৈদ্যুতিক প্ৰৱাহ |
সংকেত | A |
নামত কৰা হৈছে | আন্দ্ৰে ম্যাৰি এম্পিয়াৰ |
বন্ধ কৰক