![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/85/Edward_Jenner_by_James_Northcote.jpg/640px-Edward_Jenner_by_James_Northcote.jpg&w=640&q=50)
এডৱাৰ্ড জেনাৰ
From Wikipedia, the free encyclopedia
এডৱাৰ্ড এন্থনী জেনাৰ (ইংৰাজী: Edward Anthony Jenner; ১৭ মে' ১৭৪৯ – ২৬ জানুৱাৰী ১৮২৩) বাৰ্কলে, গ্ল'চেষ্টাশ্বায়াৰৰ এজন ইংৰাজ চিকিৎসক আৰু বিজ্ঞানী আছিল। বৰআই ছিটাৰ উদ্ভাৱনৰ বাবে তেওঁ বিখ্যাত।[1] তেওঁক প্ৰায়েই "প্ৰতিৰোধ বিজ্ঞানৰ জনক" (the father of immunology) বুলি অভিহিত কৰা হয় আৰু তেওঁৰ কামে "আন যিকোনো মানুহৰ কৰ্মতকৈ বেছি মানুহৰ জীৱন ৰক্ষা কৰা" বুলি কোৱ হয়[2][3][4]
ক্ষিপ্ৰ তথ্য এডৱাৰ্ড জেনাৰ, জন্ম ...
এডৱাৰ্ড জেনাৰ | |
---|---|
![]() Edward Jenner by James Northcote | |
জন্ম | Edward Anthony Jenner ১৭ মে' ১৭৪৯ Berkeley, Gloucestershire |
মৃত্যু | ২৬ জানুৱাৰী, ১৮২৩ (৭৩ বছৰ) Berkeley, Gloucestershire |
বাসস্থান | Berkeley, Gloucestershire |
জাতীয়তা | English |
ক্ষেত্ৰ | Microbiology |
শিক্ষানুষ্ঠান | St George's, University of London University of St. Andrews |
ডক্তৰেল পৰামৰ্শদাতা | John Hunter |
জনা যায় | Smallpox vaccine; Vaccination |
বন্ধ কৰক