From Wikipedia, the free encyclopedia
'এডেলি পেংগুইন' ( Pygoscelis adeliae ) হৈছে এণ্টাৰ্কটিকাৰ উপকূলীয় অঞ্চলত বাস কৰা পেংগুইনৰ এটা প্ৰজাতি। সাগৰীয় চৰাইৰ ভিতৰত ইহঁত আটাইতকৈ বেছি দক্ষিণ দিশত বসবাসকাৰী চৰাই। আন আন চৰাই যেনে Empera's penguin, South polar squaw, Wilson's storm petrel, Snow petrel, Antarctic petrel আদিও এই দক্ষিণ অঞ্চলত বাস কৰে। ১৮৪০ চনত ফৰাচী অভিযাত্ৰী জুলছ ডুমণ্ট ডি উৰভিলে প্ৰথমে পত্নীৰ নামেৰে ইহঁতৰ নাম "এডেলি" ৰাখিছিল।
এডিলি পেঙ্গুইন | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | কাৰ্ডাটা |
শ্ৰেণী: | পক্ষী |
বৰ্গ: | Sphenisciformes |
পৰিয়াল: | Spheniscidae |
গণ: | Pygoscelis |
বৈজ্ঞানিক নাম | |
Pygoscelis adeliae (হোমবৰ্ণ আৰু জেকুইনট, ১৮৪১) |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.