From Wikipedia, the free encyclopedia
এজৰা পাউণ্ড (ইংৰাজী: Ezra Pound) হৈছে এগৰাকী আমেৰিকান কবি আৰু সমালোচক।[1]
এজৰা পাউণ্ড | |
---|---|
জন্ম | ৩০ অক্টোবৰ ১৮৮৫ আমেৰিকা |
মৃত্যু | ১ নবেম্বৰ ১৯৭২ চন। ভেনিচ,ইটালী |
ভাষা | ইংৰাজী ভাষা |
ৰাষ্ট্ৰীয়তা | আমেৰিকান |
নাগৰিকত্ব | আমেৰিকান |
১৮৮৫ চনৰ ৩০ অক্টোবৰ তাৰিখে আমেৰিকাৰ যুক্তৰাষ্ট ইদাহো ৰাষ্ট্ৰত তেখেতৰ জন্ম হয়। তেওঁ পিতৃ নাম আছিল লুইছ পাউণ্ড আৰু মাতৃ নাম ইসায়েল।[2]
তেওঁ হেমিলটন কলেজৰ পৰা কলেজীয়া শিক্ষা লাভ কৰিছিল।[3]
তেওঁ ফৰাছী আৰু স্পেনিছ ভাষাত অধ্যাপনা কৰি ১৯০৮ চনত লণ্ডনত সাহিত্যিক জীৱন আৰম্ভ কৰে।
১৯৭২ চনৰ ১ নবেম্বৰ তাৰিখে তেখেতৰ মৃত্যু হয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.