উশ্ব'জি ভাষা
From Wikipedia, the free encyclopedia
উশ্ব'জি (এই ভাষা কোৱা লোকে নিজৰ ভাষাক উশ্ব'জ' বোলে) এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানৰ খাইবৰ-পখটুনখোৱা প্ৰান্তৰ কোহিস্তান আৰু স্বাট জিলাত মুখ্যতঃ ব্যৱহাৰ কৰা হয়।
ক্ষিপ্ৰ তথ্য Ushoji, থলুৱা অঞ্চল ...
Ushoji | |
---|---|
থলুৱা অঞ্চল | Pakistan |
অঞ্চল | Swat, Kohistan |
স্থানীয় ভাষিক |
(2,000 cited 1992)e18 |
ভাষা পৰিয়াল |
Indo-European
|
ভাষা সংকেত | |
ISO 639-3 | ush |
গ্লোটোলগ | usho1238 [1] |
বন্ধ কৰক